প্ৰচণ্ড বিস্ফোৰণত কঁপিল মণিপুৰৰ ইম্ফল

News18 Assam | News18-Assam
Updated:January 23, 2020, 10:21 AM IST
প্ৰচণ্ড বিস্ফোৰণত কঁপিল মণিপুৰৰ ইম্ফল
পুৱা প্ৰায় ৪.৫৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ।

পুৱা প্ৰায় ৪.৫৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ।

  • Share this:
মণিপুৰৰ ৰাজধানী ইম্ফলত বোমা বিস্ফোৰণ। নাগামপাল RIMS ৰোডত সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণত আহত হৈছে এটি শিশু। প্ৰত্যক্ষদৰ্শীৰ মতে, পুৱা প্ৰায় ৪.৫৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
Published by: Sanjay Kumar Das
First published: January 23, 2020, 10:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি