শ্ৰীলংকা: কলম্বোৰ পৰা ৪০ কিলোমিটাৰ নিলগত আন এটা বিস্ফোৰণ

News18-Assam
Updated:April 25, 2019, 12:11 PM IST
শ্ৰীলংকা: কলম্বোৰ পৰা ৪০ কিলোমিটাৰ নিলগত আন এটা বিস্ফোৰণ
শ্ৰীলংকা বিস্ফোৰণৰ ফাইল ফটো

শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা ৪০ কিলোমিটাৰ নিলগত পুগ’ডা অঞ্চলত সংঘটিত এই বিস্ফোৰণৰ ঘটনা

  • Share this:
‍Breaking: ইষ্টাৰৰ দিনা শ্ৰীলংকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বৃহস্পতিবাৰেও শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা ৪০ কিলোমিটাৰ নিলগত পুগ’ডা অঞ্চলত আন এটা বিস্ফোৰণ। বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

দেওবাৰে শ্ৰীলংকাত সংঘটিত ৮টা বোমা বিস্ফোৰণত বৰ্তমানলৈ ৩৫৯ গৰাকী লোক নিহত। ইয়াৰ ভিতৰত ৩৯ গৰাকী বিদেশী। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে (IS)।
আৰু চাওক
পৰৱৰ্তী বাতৰি