News18 AssamNews18 Assam
|
News18-Assam Updated:January 8, 2021, 1:51 PM IST
১২ জানুৱাৰীৰ পুৱা কামাখ্যা দৰ্শন কৰি দিনৰ ভাগতে ক'ৰ কমিটীৰ বৈঠকত ভাগ লৈ উভতিব দিল্লীলৈ।
১২ জানুৱাৰীৰ পুৱা কামাখ্যা দৰ্শন কৰি দিনৰ ভাগতে ক'ৰ কমিটীৰ বৈঠকত ভাগ লৈ উভতিব দিল্লীলৈ।
১১ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয় প্ৰকাশ নাড্ডা। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি প্ৰথমে শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত সম্বোধন কৰিব জনসভা। ১১ জানুৱাৰীতে শিলচৰৰ পৰা গুৱাহাটীলৈ আহিব জে পি নাড্ডা। আমিনগাঁও লোকনিৰ্মাণ অতিথিশালাত কটাব নিশা। ১১ জানুৱাৰীৰ সন্ধিয়া অতিথিশালাতে অনুষ্ঠিত হ'ব দুখনকৈ গুৰুত্বপূৰ্ণ দলীয় বৈঠক। প্ৰথমখন বিষয়ববীয়া বৈঠক সামৰি নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকত ভাগ ল'ব নাড্ডাই। ১২ জানুৱাৰীৰ পুৱা কামাখ্যা দৰ্শন কৰি দিনৰ ভাগতে ক'ৰ কমিটীৰ বৈঠকত ভাগ লৈ উভতিব দিল্লীলৈ।
Published by:
Sanjay Kumar Das
First published:
January 8, 2021, 1:51 PM IST