মহতিয়াই নিলে টেংকাৰে, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা বিজেপি নেত্ৰীৰ!

News18 Assam | News18-Assam
Updated:November 18, 2020, 12:27 PM IST
মহতিয়াই নিলে টেংকাৰে, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা বিজেপি নেত্ৰীৰ!
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। এই দুৰ্ঘটনাৰ বিষয়ে বিজেপি নেত্ৰীগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। এই দুৰ্ঘটনাৰ বিষয়ে বিজেপি নেত্ৰীগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰিছে।

  • News18 Assam
  • Last Updated: November 18, 2020, 12:27 PM IST
  • Share this:
তামিলনাডুৰ মেলমাৰবাথুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী বিজেপি নেত্ৰীৰ। বিজেপি নেত্ৰী খুচবু সুন্দৰৰ বাহনখন এখন টেংকাৰৰ সৈতে সংঘৰ্ষ হয়। দুৰ্ঘটনাত বিজেপি নেত্ৰীগৰাকীৰ বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় যদিও কথমপি ৰক্ষা পৰে খুচবু সুন্দৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। এই দুৰ্ঘটনাৰ বিষয়ে বিজেপি নেত্ৰীগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰিছে।
Published by: Sanjay Kumar Das
First published: November 18, 2020, 12:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading