কোনে বিকৃত কৰিলে মমতা বেনাৰ্জীৰ ফ’টো?

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফ’টো বিকৃত কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী বিজেপি নেত্ৰী । কোন এইগৰাকী বিজেপি নেত্ৰী ?

news18assam
Updated:May 10, 2019, 8:09 PM IST
কোনে বিকৃত কৰিলে মমতা বেনাৰ্জীৰ ফ’টো?
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফ’টো বিকৃত কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী বিজেপি নেত্ৰী । কোন এইগৰাকী বিজেপি নেত্ৰী ?
news18assam
Updated: May 10, 2019, 8:09 PM IST
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফ’টো বিকৃত কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী বিজেপি নেত্ৰী ।প্ৰিয়ংকা শৰ্মা নামৰ বংগৰ বিজেপি নেত্ৰী এগৰাকীয়ে শুক্ৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এখন ফ’টো বিকৃত কৰি আপলোড কৰিছিল ছচিয়েল মিডিয়াত । তাৰ পিছতে লালবজাৰ থানাৰ ক্ৰাইম ব্ৰাঞ্চৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি নেত্ৰী গৰাকীক ।
ইয়াৰ আগতেও মমতা বেনাৰ্জীৰ ফ’টো বিকৃত কৰি গ্ৰেপ্তাৰ হৈছিল বংগৰ এজন যুৱক ।
আৰু চাওক পৰৱৰ্তী বাতৰি