உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Bikaner-Guwahati Express Derailment: মইনাগুৰিৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তত চাঞ্চল্যকৰ তথ্য! পৰীক্ষা নকৰাকৈ চলোৱা হৈছিল ইঞ্জিন

    Bikaner-Guwahati Express Derailment: মইনাগুৰিৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তত চাঞ্চল্যকৰ তথ্য! পৰীক্ষা নকৰাকৈ চলোৱা হৈছিল ইঞ্জিন

    কিদৰে বুজা যাব ৰে’লৰ ইঞ্জিনৰ ৰক্ষণাবেক্ষণ সংক্ৰান্তীয় পৰীক্ষা হোৱা নাই বুলি? ১৩ তাৰিখৰ দুৰ্ঘটনা সংক্ৰান্তীয় এখ ৰিপ’ৰ্ট তৈয়াৰ কৰিছে আলিপুৰদুৱাৰ ডিভিচনে। সেই ৰিপ’ৰ্টৰ দ্বিতীয় পইণ্টত উল্লেখ কৰা হৈছে ইঞ্জিনৰ নম্বৰ।

    • Share this:
    মইনাগুৰিৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। উত্তৰ–পূব সীমান্ত ৰে’লৱেই তেওঁলোকৰ যি দুৰ্ঘটনা সংক্ৰান্তীয় ৰিপ’ৰ্ট তৈয়াৰ কৰিছে, সেই ৰিপ’ৰ্টত ওলাইছে এই চাঞ্চল্যকৰ তথ্য। ৰিপ’ৰ্টত উল্লেখ কৰা হৈছে, দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ যি ইঞ্জিন আছিল সেয়া প্ৰতিমাহে যি পৰীক্ষা কৰা হয়, সেই পৰীক্ষা কৰা হোৱা নাছিল। কিয় পৰীক্ষা কৰা হোৱা নাছিল তাক লৈ প্ৰশ্ন তুলিছে দুৰ্ঘটনাৰ তদন্তত থকা কমিচনাৰ অব ৰে’লৱে ছেফটিয়ে।

    কিদৰে বুজা যাব ৰে’লৰ ইঞ্জিনৰ ৰক্ষণাবেক্ষণ সংক্ৰান্তীয় পৰীক্ষা হোৱা নাই বুলি? ১৩ তাৰিখৰ দুৰ্ঘটনা সংক্ৰান্তীয় এখ ৰিপ’ৰ্ট তৈয়াৰ কৰিছে আলিপুৰদুৱাৰ ডিভিচনে। সেই ৰিপ’ৰ্টৰ দ্বিতীয় পইণ্টত উল্লেখ কৰা হৈছে ইঞ্জিনৰ নম্বৰ।

    IC আৰু IA কেতিয়া কৰা হৈছে। তাত দেখা গৈছে IC কৰা হৈছে বিগত বৰ্ষৰ ১১ নৱেম্বৰত। IA বাকী আছে চলিত বছৰৰ ৯ জানুৱাৰীৰ পৰা। ৰুল বুক অনুসৰি, IA হ’ল প্ৰতি মাহৰ পৰীক্ষা আৰু IC হ’ল প্ৰতি চাৰি মাহৰ পৰীক্ষা। অৰ্থাৎ ৰুল বুক অনুসৰি প্ৰতিমাহে ইঞ্জিনৰ যি পৰীক্ষা হয়, সেই পৰীক্ষা কৰা হোৱা নাই। দুৰ্ঘটনাৰ ৰিপ’ৰ্টত সেই পৰীক্ষা নকৰাৰ কথা উল্লেখ কৰা হৈছে।
    আনহাতে, এই ৰে’ল দুৰ্ঘটনাৰ তদন্তত কমিচনাৰ অব ৰে’লৱে ছেফটিৰ হাতলৈ আহিছে এক ভাইৰেল ভিডিঅ’। চিচিটিভি ফুটেজলৰ সেই ভিডিঅ’ত এটা লেভেল ক্ৰছিং দেখা গৈছে। বিগত ১৩ তাৰিখে নিশা ২.০৪ বজাৰ ভিডিঅ’ এয়া। ১২২ নং এই লেভেল ক্ৰছিঙৰ ফুটেজ অনুসৰি, যিখন ৰে’ল দেখা গৈছে, সেইখন দুৰ্ঘটনাগ্ৰস্ত বিকানেৰ–গুৱাহাটী এক্সপ্ৰেছৰ ছবি।

    Published by:Sanjay Kumar Das
    First published: