• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Election Result 2020 : বিহাৰত কঠিন প্ৰত্যাহ্বানৰ মাজেৰে শেষ হাঁহি মাৰিলে নীতিশ কুমাৰে

Bihar Election Result 2020 : বিহাৰত কঠিন প্ৰত্যাহ্বানৰ মাজেৰে শেষ হাঁহি মাৰিলে নীতিশ কুমাৰে

এনডিএত অন্তৰ্ভুক্ত বিজেপিয়ে ৭৪খন, বিকাশশীল ইনচান পাৰ্টীয়ে ৪খন, জেডিইউ–এ ৪৩খন আৰু হিন্দুস্তানী আৱাম মৰ্চাই ৪খন আসন লাভ কৰে।

  • Share this:
বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল মঙলবাৰে মাজনিশা ঘোষণা কৰা হয়। ফলাফল অনুসৰি ২৪৩খন আসনৰ ভিতৰত এনডিএই ১২৫খনত জয়লাভ কৰে। আনহাতে, আৰজেডিৰ মহাজোঁট বন্ধনে লাভ কৰে ১১০খন আসন। এনডিএই লাভ কৰে সংখ্যাগৰিষ্ঠতা।

এনডিএত অন্তৰ্ভুক্ত বিজেপিয়ে ৭৪খন, বিকাশশীল ইনচান পাৰ্টীয়ে ৪খন, জেডিইউ–এ ৪৩খন আৰু হিন্দুস্তানী আৱাম মৰ্চাই ৪খন আসন লাভ কৰে। মহাজোঁট বন্ধনত থকা আৰজেডিয়ে ৭৫খন আসন, কংগ্ৰেছে ১৯খন, চিপিআইএমএলে ১২খন, চিপিএম আৰু চিপিআয়ে দুখনকৈ আসন লাভ কৰে।

ইফালে, একাংশ নেতাই ভোটগণনাৰ সময়ত ইভিএমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। কিন্তু নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিয়ে যে ইভিএমত কোনো ধৰণৰ খেলিমেলি কৰিব পৰা নাযায়? এয়া সম্পূৰ্ণৰূপে সুৰক্ষিত।
Published by:Sanjay Kumar Das
First published: