• Home
  • »
  • News
  • »
  • nation
  • »
  • বিহাৰত গাদী হেৰুৱাব নেকি নিতীশ কুমাৰে? মহাজোঁট বন্ধনক অধিক আসন দিলে Exit Poll-এ

বিহাৰত গাদী হেৰুৱাব নেকি নিতীশ কুমাৰে? মহাজোঁট বন্ধনক অধিক আসন দিলে Exit Poll-এ

আজি সমাপ্ত হ’ল বিহাৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।

আজি সমাপ্ত হ’ল বিহাৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।

আজি সমাপ্ত হ’ল বিহাৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।

  • Share this:
আজি সমাপ্ত হ’ল বিহাৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে বিহাৰত চৰকাৰ কাৰ হ’ব  সেই লৈ ব্যাপক জল্পনা কল্পনা চলিছে। তাৰ মাজতে দেশৰ বহু কেইটা এজেন্সীয়ে প্ৰকাশ কৰিছে  Exit Poll। পিছে Exit Poll অনুসৰি বিহাৰত এইবাৰ কাৰ হ’ব চৰকাৰ?

ৰিপাব্লিক-জন কী বাতৰ মতে,

NDA- ৯১-১১৭

MGB-১১৮-১৩৮

LJP-০৫-০৮

OTH-০৩-০৬

টাইমছ নাও, চি ভোটাৰচৰ মতে

NDA-১১৬

MGB-১২০

LJP-১

OTH-৬

এবিপি-চি ভোটাৰ-

NDA-১০৪-১২৮

MGB-১০৮০১৩১

OTH-০৪-০৮

TV9 Bharatvarsh-

NDA-১১০-১২০

MGB-১১৫-১২৫

LJP-০৩-০৫

OTH-১০-১৫
Published by:Himangshu Bhuyan
First published: