• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Election 2020 Result Date: জেডিইউ–বিজেপি নে মহাজোঁটবন্ধন? কোনে মাৰিব শেষ হাঁহি

Bihar Election 2020 Result Date: জেডিইউ–বিজেপি নে মহাজোঁটবন্ধন? কোনে মাৰিব শেষ হাঁহি

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৫৮শতাংশ ভোটগ্ৰহণ। মঙলবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৫৮শতাংশ ভোটগ্ৰহণ। মঙলবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৫৮শতাংশ ভোটগ্ৰহণ। মঙলবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

  • Share this:
মঙলবাৰে ঘোষণা হ’ব বহু প্ৰত্যাশিত বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শণিবাৰে সম্পন্ন হয়। এই পৰ্যায়ত ১৫খন জিলাৰ ৭৮টা বিধানসভা ক্ষেত্ৰত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰ লগতে ৰাজ্যৰ মুঠ ২৪৩টা বিধানসভা ক্ষেত্ৰত ভোটগ্ৰহণ সম্পন্ন হয়। ৰাজ্যৰ নিৰ্বাচন আয়োগৰ মতে, তৃতীয় পৰ্যায়ত মুঠ ৫৮শতাংশ ভোটাৰে ভোটদান কৰে।

মঙলবাৰে ঘোষণা হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ। পুৱাৰে পৰা বিহাৰ বিধানসভাৰ ফলাফল অহা আৰম্ভ হ’ব।

তাৎপৰ্যপূৰ্ণ যে বিহাৰৰ নিৰ্বাচন এগজিট পলৰ ফলাফল চাই বিহাৰত নিতীশ কুমাৰে গাদী হেৰুৱাব নেকি ? এই প্ৰশ্ন উত্থাপন হৈছে, কাৰণ মহাজোঁট বন্ধনক অধিক আসন দিছে প্ৰায়বোৰ Exit Poll-এ।
First published: