সংসদৰ চৌহদত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

বৈশ্যৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুয়ে অসমীয়াতে মন্তব্য প্ৰদান কৰে।

News18-Assam
Updated:July 3, 2019, 12:34 PM IST
সংসদৰ চৌহদত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ
বৈশ্যৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুয়ে অসমীয়াতে মন্তব্য প্ৰদান কৰে।
News18-Assam
Updated: July 3, 2019, 12:34 PM IST
সংসদৰ চৌহদত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ দাবী জনালে ৰাজ্যসভাৰ নৱনিৰ্বাচিত অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। আজি ৰাজ্যসভাৰ মজিয়াত প্ৰদান কৰা প্ৰথমটো ভাষণত বৈশ্যই ভূপেন হাজৰিকাই সংগীতৰ যোগেদি দেশ নিৰ্মাণৰ দিশত কৰা অৱদানৰ কথা দোহাৰে ।

চীনা আক্ৰমণৰ বিভীষিকাৰ প্ৰসংগ উল্লেখ কৰি বৈশ্যই সংসদৰ মজিয়াত এটা গীতো গাবলৈ চেষ্টা কৰে। বৈশ্যৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুয়ে অসমীয়াতে মন্তব্য প্ৰদান কৰে।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি