உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোৰোণাত মৃত্যুক সাৱটিলে মাতৃয়ে, দুমহীয়া সন্তানক মাতৃ দুগ্ধ প্ৰদানৰ বাবে আগবাঢ়ি আহিল অভিনেত্ৰী ভূমি পাডনেকাৰ, শ্বেয়াৰ কৰিছে পোষ্ট

    কোৰোণাত মৃত্যুক সাৱটিলে মাতৃয়ে, দুমহীয়া সন্তানক মাতৃ দুগ্ধ প্ৰদানৰ বাবে আগবাঢ়ি আহিল অভিনেত্ৰী ভূমি পাডনেকাৰ, শ্বেয়াৰ কৰিছে পোষ্ট

    ভূমিক মই মহানুভৱতা দেখি আবেগিক হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। মুহুৰ্তৰ ভিতৰতে ভাইৰেল হৈছে ভূমিৰ ছচিয়েল মিডিয়া পোষ্ট।

    ভূমিক মই মহানুভৱতা দেখি আবেগিক হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। মুহুৰ্তৰ ভিতৰতে ভাইৰেল হৈছে ভূমিৰ ছচিয়েল মিডিয়া পোষ্ট।

    ভূমিক মই মহানুভৱতা দেখি আবেগিক হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। মুহুৰ্তৰ ভিতৰতে ভাইৰেল হৈছে ভূমিৰ ছচিয়েল মিডিয়া পোষ্ট।

    • Share this:
    জৰুৰী ভাবে মাতৃ দুগ্ধ বিচাৰিছে অভিনেত্ৰী ভূমি পাডনেকাৰে। পশ্চিমবংগৰ এটি মাতৃহাৰা দুমহীয়া শিশুৰ বাবে মাতৃ দুগ্ধ বিচাৰি ছচিয়েল মিডিয়াৰ জৰিয়তে আবেদন কৰিছে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। ভূমিক মই মহানুভৱতা দেখি আবেগিক হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। মুহুৰ্তৰ ভিতৰতে ভাইৰেল হৈছে ভূমিৰ ছচিয়েল মিডিয়া পোষ্ট।

    ভূমিয়ে পোষ্ট কৰিছে যে, "2 month baby, mother passed from covid,urgently needs breast milk donations near Bankura, West Bengal-lactating mothers who can freeze the milk themselves to directly come forward,he can collect frozen milk once a week from Kolkata, Durgapur, Bankuura, Bishnupur DM @ RaveenaPatel"।



    অর্থাৎ, " কোৰোণাই প্ৰাণ কাঢ়িলে দুমহীয়া সদ্যোজাত শিশুটিৰ মাতৃৰ। গতিকে শিশুটিৰ বাবে স্তন্যদুগ্ধৰ আৱশ্যক হৈছে।পশ্চিমবংগৰ যিসকল মাতৃ বৰ্তমান এই কাম কৰিব পৰা হৈ আছে, সকলোৱে সিশুটিৰ বাবে দুগ্ধ সংৰক্ষণ কৰিব লাগে। ''

    ভূমিয়ে এই পোষ্টতো টেগ কৰি দিছে ৰবীনা পেটেল নামৰ এগৰাকীৰ মহিলাক। কোনো আগ্ৰহী থাকিলে, সেই মহিলাগৰাকীক যোগাযোগ কৰিব পাৰে।
    Published by:Himangshu Bhuyan
    First published: