
বিহাৰৰ বেগুচৰায়ত BJPৰ কৰ্মীৰ আনন্দ–উল্লাসৰ মাজতে CPI কৰ্মীয়ে শিলগুটিৰে আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাটো সংঘটিত হৈছে নগৰ থানাৰ পাটেল চৌকত।
বিহাৰৰ বেগুচৰায়ত BJPৰ কৰ্মীৰ আনন্দ–উল্লাসৰ মাজতে CPI কৰ্মীয়ে শিলগুটিৰে আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাটো সংঘটিত হৈছে নগৰ থানাৰ পাটেল চৌকত।
বিহাৰৰ বেগুচৰায়ত BJPৰ কৰ্মীৰ আনন্দ–উল্লাসৰ মাজতে CPI কৰ্মীয়ে শিলগুটি আৰু ইটাৰে আক্ৰমণ কৰাৰ অভিযোগ। এই হিংসাত্মক ঘটনা সংঘটিত হৈছে নগৰ থানাৰ পাটেল চৌকত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। বিহাৰৰ গুৰুত্বপূৰ্ণ সমষ্টি ছুমাৰ বেগুচৰায়ত বিজেপিৰ প্ৰাৰ্থী আৰু কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ অগ্ৰগতি।
আৰম্ভণিতে বছবাড়া আৰু টেঘড়াৰ EVMৰ গণনাত কানহায়া কুমাৰ দ্বিতীয় স্থানত আছিল কিন্তু গিৰিৰাজ সিং এতিয়া জয়ৰ দিশে গতি কৰিছে।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|