মুখ্যপৃষ্ঠা »খবৰ »দেশ »‍BCCIৰ মুৰব্বী সৌৰভ গাংগুলীক হাস্পতালত ভৰ্তি, বুকুৰ বিষত আক্ৰান্ত গাংগুলী

‍BCCIৰ মুৰব্বী সৌৰভ গাংগুলীক হাস্পতালত ভৰ্তি, বুকুৰ বিষত আক্ৰান্ত গাংগুলী

বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও হাস্পতালতে ৰখা হ’ব গাংগুলীক।

বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও হাস্পতালতে ৰখা হ’ব গাংগুলীক।

বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও হাস্পতালতে ৰখা হ’ব গাংগুলীক।

  • Share this:
বিচিচিআইৰ মুৰব্বী সৌৰভ গাংগুলী অসুস্থ। ততাতৈয়াকৈ কলকাতাৰ এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে গাংগুলীক। বুকুৰ বিষত আক্ৰান্ত হৈছে বিচিচিআইৰ অধ্যক্ষগৰাকী। বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও হাস্পতালতে ৰখা হ’ব গাংগুলীক।

শেহতীয়া বাতৰি