உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বেংকৰ কাম আছে যদি জানি লওক! মাৰ্চ মাহত ১৩ দিন বন্ধ থাকিব বেংক

    বেংকৰ কাম আছে যদি জানি লওক! মাৰ্চ মাহত ১৩ দিন বন্ধ থাকিব বেংক

    কোন কোন তাৰিখে বন্ধ থাকিব বেংক-

    কোন কোন তাৰিখে বন্ধ থাকিব বেংক-

    কোন কোন তাৰিখে বন্ধ থাকিব বেংক-

    • Share this:
    আজি মাৰ্চৰ ১ তাৰিখ। মাৰ্চ মাহত যদি আপোনাৰ বেংকত যদি কিবা কাম আছে তেন্তে এই বাতৰি আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।মাৰ্চ মাহত ১৩ দিন বন্ধ থাকিব বেংক।

    কোন কোন তাৰিখে বন্ধ থাকিব বেংক-

    • অহা ৫ মাৰ্চত মিজোৰামত বিশেষ দিৱস উপলক্ষে ৰাজ্যখনত বন্ধ থাকিব বেংক।

    • ১১ মাৰ্চত মহাশিৱৰাত্ৰি। সেইদিনাও বন্ধ থাকিব বেংক।

    • ১৩ মাৰ্চ দ্বিতীয়টো শনিবাৰ।

    • ৭, ১৪, ২১ আৰু ২৮ মাৰ্চ দেওবাৰ। গতিকে  বন্ধ থাকিব বেংক।

    • ১৫ আৰু ১৬ মাৰ্চত চৰকাৰী বেংকৰ কৰ্মচাৰীৰ আন্দোলনৰ বাবে বন্ধ থাকিব বেংক।

    • ২২ মাৰ্চত বিহাৰ দিৱস। গতিকে ৰাজ্যখনত বন্ধ থাকিব ববেংক।

    • ২৭ মাৰ্চত চতুৰ্থ শনিবাৰ গতিকে বন্থ থাকিব বেংক।

    • ২৯ মাৰ্চত ফাকুৱা।

    Published by:Himangshu Bhuyan
    First published: