কোন কোন তাৰিখে বন্ধ থাকিব বেংক-
কোন কোন তাৰিখে বন্ধ থাকিব বেংক-
আজি মাৰ্চৰ ১ তাৰিখ। মাৰ্চ মাহত যদি আপোনাৰ বেংকত যদি কিবা কাম আছে তেন্তে এই বাতৰি আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।মাৰ্চ মাহত ১৩ দিন বন্ধ থাকিব বেংক।
কোন কোন তাৰিখে বন্ধ থাকিব বেংক-
- অহা ৫ মাৰ্চত মিজোৰামত বিশেষ দিৱস উপলক্ষে ৰাজ্যখনত বন্ধ থাকিব বেংক।
- ১১ মাৰ্চত মহাশিৱৰাত্ৰি। সেইদিনাও বন্ধ থাকিব বেংক।
- ১৩ মাৰ্চ দ্বিতীয়টো শনিবাৰ।
- ৭, ১৪, ২১ আৰু ২৮ মাৰ্চ দেওবাৰ। গতিকে বন্ধ থাকিব বেংক।
- ১৫ আৰু ১৬ মাৰ্চত চৰকাৰী বেংকৰ কৰ্মচাৰীৰ আন্দোলনৰ বাবে বন্ধ থাকিব বেংক।
- ২২ মাৰ্চত বিহাৰ দিৱস। গতিকে ৰাজ্যখনত বন্ধ থাকিব ববেংক।
- ২৭ মাৰ্চত চতুৰ্থ শনিবাৰ গতিকে বন্থ থাকিব বেংক।
- ২৯ মাৰ্চত ফাকুৱা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|