আগষ্টত কেতিয়া কেতিয়া বেংক বন্ধ? সুবিধাৰ কাৰণে চাওক এই তালিকা

News18-Assam
Updated:August 2, 2019, 1:22 PM IST
আগষ্টত কেতিয়া কেতিয়া বেংক বন্ধ? সুবিধাৰ কাৰণে চাওক এই তালিকা
বেংকত আপোনাৰ জৰুৰী কাম কৰিবলৈ হ’ব সুবিধা।

বেংকত আপোনাৰ জৰুৰী কাম কৰিবলৈ হ’ব সুবিধা।

  • Share this:
আগষ্ট মাহত কোন কোন দিনা বেংক বন্ধ থাকিব? এই তালিকা আপোনাৰ বাবে সুবিধাৰ কাৰণ হ’ব

  • আগষ্ট মাহত মুঠ ৭দিন বেংক বন্ধ থাকিব।


  • ১০ আগষ্ট, মাহৰ দ্বিতীয়টো শণিবাৰ গতিকে বেংক বন্ধ।

  • ১২ আগষ্ট, ঈদৰ কাৰণে বেংক বন্ধ থাকিব।

  • ১৩ আগষ্ট, মণিপুৰ, জম্মু আৰু শ্ৰীনগৰত বেংক বন্ধ।

  • ১৫ আগষ্ট, স্বাধীনতা দিৱসৰ কাৰণে দেশৰ সকলো বেংক বন্ধ থাকিব।


  • ১৭ আগষ্ট, পাৰ্চী নৱবৰ্ষৰ কাৰণে আহমেদাবাদ, বেলাপুৰ, মুম্বাই, নাগপুৰত বেংক বন্ধ থাকিব।

  • ২৩ আগষ্ট, কৃষ্ণ জন্মাষ্টমীত ভুৱনেশ্বৰ, চেন্নাই, ডেৰাডুন, হায়দৰাবাদ, কাণপুৰ, লক্ষ্নৌ, পাটনাত বেংক বন্ধ।

  • ২৪ আগষ্ট, মাহৰ চতুৰ্থ শণিবাৰ গতিকে বেংক বন্ধ থাকিব।

আৰু চাওক পৰৱৰ্তী বাতৰি