உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বেংক বন্ধ! শীঘ্ৰে কৰি লওক প্ৰয়োজনীয় কাম-কাজ

    বেংক বন্ধ! শীঘ্ৰে কৰি লওক প্ৰয়োজনীয় কাম-কাজ

    কাইলৈ কেন্দ্রীয় ট্রেড ইউনিয়নে ৰূপায়ন কৰিব ধৰ্মঘটৰ কাৰ্যসূচী

    কাইলৈ কেন্দ্রীয় ট্রেড ইউনিয়নে ৰূপায়ন কৰিব ধৰ্মঘটৰ কাৰ্যসূচী

    কাইলৈ কেন্দ্রীয় ট্রেড ইউনিয়নে ৰূপায়ন কৰিব ধৰ্মঘটৰ কাৰ্যসূচী

    • Share this:
    কাইলৈ অৰ্থাত্‍ ২৬ নৱেম্বৰত সমগ্ৰ দেশতে বন্ধ থাকিব বেংক। কোনো ধৰণৰ বন্ধ নাই যদিও কাইলৈ কেন্দ্রীয় ট্রেড ইউনিয়নে ৰূপায়ন কৰিব ধৰ্মঘটৰ কাৰ্যসূচী। আৰু এই ধৰ্মঘট কাৰ্যসূচীত যোগ দিব বেংকৰ কৰ্মচাৰীয়ে।



    কেন্দ্রীয় ট্রেড ইউনিয়নে জনাইছে যে, দেশৰ চৰকাৰী অধিকৃত, বেচৰকাৰী বেংক, আঞ্চলিক গ্রামীণ বেংক আৰু বিদেশী বেংকসমূহৰ প্রায় ৩০,০০০ কর্মচাৰীয়ে এই ধর্মঘটত অংশ গ্ৰহণ কৰিব। ফলত কাইলৈৰ দিনটোত বন্ধ হৈ পৰিব বেংকৰ সকলো কাম-কাজ।
    Published by:Himangshu Bhuyan
    First published: