ধুবুৰীত ৰাইজে কৰায়ত্ত কৰিলে বাংলাদেশী, গতালে আৰক্ষীক

ধৃত বাংলাদেশী যুৱকজনৰ নাম মহম্মদ ফিৰোজ।

news18assam
Updated:June 9, 2019, 4:17 PM IST
ধুবুৰীত ৰাইজে কৰায়ত্ত কৰিলে বাংলাদেশী, গতালে আৰক্ষীক
ধৃত বাংলাদেশী যুৱকজনৰ নাম মহম্মদ ফিৰোজ।
news18assam
Updated: June 9, 2019, 4:17 PM IST
ধুবুৰীৰ ছাগলীয়াত বাংলাদেশী নাগৰিক আটক। ছাগলীয়াৰ সমীপৰ কৈমাৰীত বাংলাদেশী লোকজনক ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক। ধৃত বাংলাদেশী যুৱকজনৰ নাম মহম্মদ ফিৰোজ। ধৃত ফিৰোজৰ ঘৰ বাংলাদেশৰ ৰাছী জিলাৰ ৰাণী নগৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি