বাংলাদেশী অভিনেত্ৰী অঞ্জু ঘোষৰ বিজেপিত যোগদান

বৰ্তমানৰ নাগৰিকত্ব সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰ দিয়াৰ পৰা বিৰত থাকে অভিনেত্ৰী অঞ্জু ঘোষ।

news18assam
Updated:June 5, 2019, 8:16 PM IST
বাংলাদেশী অভিনেত্ৰী অঞ্জু ঘোষৰ বিজেপিত যোগদান
বৰ্তমানৰ নাগৰিকত্ব সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰ দিয়াৰ পৰা বিৰত থাকে অভিনেত্ৰী অঞ্জু ঘোষ।
news18assam
Updated: June 5, 2019, 8:16 PM IST
বাংলাদেশৰ অভিনেত্ৰী অঞ্জু ঘোষৰ বিজেপিত যোগদান। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ উপস্থিতিত আজি কলকাতাত বাংলাদেশী অভিনেত্ৰীগৰাকীয়ে যোগদান কৰে। অৱশ্যে বৰ্তমানৰ নাগৰিকত্ব সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰ দিয়াৰ পৰা বিৰত থাকে অভিনেত্ৰী অঞ্জু ঘোষ।

 

আৰু চাওক পৰৱৰ্তী বাতৰি