আধা ঘণ্টাৰ ভিতৰত ৰায়দান প্ৰদানৰ সম্ভাৱনা
আধা ঘণ্টাৰ ভিতৰত ৰায়দান প্ৰদানৰ সম্ভাৱনা
আৰম্ভ হ’ল গোচৰৰ ৰায়দান। আধা ঘণ্টাৰ ভিতৰত ৰায়দান প্ৰদানৰ সম্ভাৱনা। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গগৈয়ে আৰম্ভ কৰিলে ৰায়দান। ৰায়ৰ ক’পিত ইতিমধ্যে স্বাক্ষৰ কৰিছে ৫ ন্যায়াধীশে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|