• Home
  • »
  • News
  • »
  • nation
  • »
  • দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক পূণ্যতিথিত স্মৰণ দেশবাসীৰ ! ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি...

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক পূণ্যতিথিত স্মৰণ দেশবাসীৰ ! ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি...

দেশবাসীয়ে আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী (PM Atal Bihari Vajpayee)ক তেওঁৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰিছে। একে ধৰণে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অটল সমাধি স্থলীত উপস্থিত হৈ বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

  • Share this:
দেশবাসীয়ে আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী (PM Atal Bihari Vajpayee)ক তেওঁৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰিছে। একে ধৰণে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অটল সমাধি স্থলীত উপস্থিত হৈ বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অন্যান্য বিজেপি নেতাও উপস্থিত আছিল। বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছিল: "শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী জীৰ জীৱনৰ মুহূৰ্তৰ পৰাই ভাৰতক সৰ্বোচ্চ গৌৰৱৰ শীৰ্ষলৈ লৈ যোৱাৰ বাবে ভাৰত ৰত্ন সমৰ্পিত আছিল। ভাৰতীয় ৰাজনীতিয়ে অটলজীৰ দৰে বহুমুখী ব্যক্তিত্ব লাভ কৰি ধন্য। তেওঁৰ মূল্যবোধ আৰু আদর্শ-ভিত্তিক জীৱন লক্ষ লক্ষ কৰ্মকৰ্তাৰ বাবে এক মূল্যবান ঐতিহ্য।

শ্বাহে লিখিছিল: "সন্মানীয় অটলজীয়ে তেওঁৰ দৃঢ়তা আৰু দূৰদৰ্শিতাৰে দেশত সুশাসন আৰু উন্নয়নৰ প্ৰচাৰ কৰি প্ৰতিজন ভাৰতীয়ৰ জীৱন স্পৰ্শ কৰিছিল আৰু সমগ্ৰ বিশ্বক অটল ভাৰতৰ সাহস আৰু শক্তিৰ সৈতে পৰিচয় কৰাই দিছিল। এনে এগৰাকী মহান ব্যক্তিক তেওঁৰ পূন্য তিথিত তেওঁৰ চৰণত প্ৰনাম জনাইছো।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি