‘যদি ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ নহ’ল হেতেন, তেন্তে ভাৰত, ভাৰত নহ’ল হেতেন’-জন্ম জয়ন্তীৰ দিনা দেশবাসীয়ে সোঁৱৰিছে অটল বিহাৰী বাজপেয়ীক

News18 Assam | News18-Assam
Updated:December 25, 2019, 5:00 PM IST
‘যদি ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ নহ’ল হেতেন, তেন্তে ভাৰত, ভাৰত নহ’ল হেতেন’-জন্ম জয়ন্তীৰ দিনা দেশবাসীয়ে সোঁৱৰিছে অটল বিহাৰী বাজপেয়ীক
অটল বিহাৰী বাজপেয়ীৰ ১০ টা বিশেষ মন্তব্য। যি আজিও প্ৰাসংগিক।

অটল বিহাৰী বাজপেয়ীৰ ১০ টা বিশেষ মন্তব্য। যি আজিও প্ৰাসংগিক।

  • Share this:
আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৫সংখ্যক জন্মজয়ন্তী। এই দিনটোক সুশাসন দিবস হিচাপে পালন কৰিছে বিজেপিয়ে। দিল্লীৰ অটল স্মাৰকত পুৱাই বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা, জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীসহ বহু বিজেপি নেতাই।

ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰদানমন্ত্ৰী জনৰ জন্ম জয়ন্তীৰ দিনা সমগ্ৰ দেশ বাসীয়ে স্মৰণ কৰে। তেখেতৰ উদত্ত কণ্ঠ, দেশৰ উন্নয়নৰ বাবে তেখেতে লোৱা বলিষ্ঠ পদক্ষেপ, তেখেতৰ আপোচ বিহীন স্থিতি সদায়েই সকলোৰে বাবে অনুপ্ৰেৰণা।

বিভিন্ন সময়ত তেখেত প্ৰদান কৰা বহু কেইটা মন্তব্য আজিও প্ৰাসংগিক হৈ আছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি