মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোৰোণাত আক্ৰান্ত হৈ মৃত্যু দেশৰ বিশিষ্ট জ্যোতিষী বেজান ডাৰুৱালাৰ

কোৰোণাত আক্ৰান্ত হৈ মৃত্যু দেশৰ বিশিষ্ট জ্যোতিষী বেজান ডাৰুৱালাৰ

ডাৰুৱাল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে

ডাৰুৱাল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে

ডাৰুৱাল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে

  • Share this:
শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে দেশৰ বিশিষ্ট জ্যোতিষী বেজান ডাৰুৱালাই। কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ আহমেদাবাদৰ এখন ব্যক্তিগতখণ্ডৰ চিকিত্‍সালয়ত মৃত্যু হয় ডাৰুৱালাৰ। ডাৰুৱাল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে।

ডাৰুৱালাৰ বহু কেইটা ভৱিষ্যতবাণী সঁচা হিচাপে পৰিগণিত হৈছিল। ‘Ganesha Speaks’নামৰ ৱেবচাইটটোৰ মতে, অটল বিহাৰী বাজপেয়ী, মোৰাজী দেশাই, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল বেজান ডাৰুৱালাই।

শেহতীয়া বাতৰি