কোৰোণাত আক্ৰান্ত হৈ মৃত্যু দেশৰ বিশিষ্ট জ্যোতিষী বেজান ডাৰুৱালাৰ

News18 Assam | News18-Assam
Updated:May 29, 2020, 9:07 PM IST
কোৰোণাত আক্ৰান্ত হৈ মৃত্যু দেশৰ বিশিষ্ট জ্যোতিষী বেজান ডাৰুৱালাৰ
ডাৰুৱাল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে

ডাৰুৱাল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে

  • Share this:
শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে দেশৰ বিশিষ্ট জ্যোতিষী বেজান ডাৰুৱালাই। কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ আহমেদাবাদৰ এখন ব্যক্তিগতখণ্ডৰ চিকিত্‍সালয়ত মৃত্যু হয় ডাৰুৱালাৰ। ডাৰুৱাল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে।

ডাৰুৱালাৰ বহু কেইটা ভৱিষ্যতবাণী সঁচা হিচাপে পৰিগণিত হৈছিল। ‘Ganesha Speaks’নামৰ ৱেবচাইটটোৰ মতে, অটল বিহাৰী বাজপেয়ী, মোৰাজী দেশাই, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল বেজান ডাৰুৱালাই।
First published: May 29, 2020, 9:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading