உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Assembly Election 2022 Schedule: ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন

    Assembly Election 2022 Schedule: ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন

    ১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা। ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।

    ১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা। ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।

    ১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা। ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।

    • Share this:

    • ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা।উত্তৰ প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱৰ নিৰ্বাচনৰ দিন ঘোষণা।

    • ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ১০ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিধানসভা নিৰ্বাচন।

    • ১০মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

    • উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭মাৰ্চলৈ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।

    • পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত ভোট।

    • মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত নিৰ্বাচন।

    • সংবাদমেলত ঘোষণা মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাৰ।

    • ১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা।

    • ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।

    Published by:Himangshu Bhuyan
    First published: