১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা। ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।
১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা। ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।
- ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা।উত্তৰ প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱৰ নিৰ্বাচনৰ দিন ঘোষণা।
- ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ১০ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিধানসভা নিৰ্বাচন।
- ১০মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।
- উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭মাৰ্চলৈ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।
- পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত ভোট।
- মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত নিৰ্বাচন।
- সংবাদমেলত ঘোষণা মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাৰ।
- ১৫ জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা।
- ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|