লকডাউনৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জে এন ইউত পঢ়ি থকা অসমীয়া ছাত্ৰীক

News18 Assam | News18-Assam
Updated:May 24, 2020, 12:30 PM IST
লকডাউনৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জে এন ইউত পঢ়ি থকা অসমীয়া ছাত্ৰীক
আৰক্ষীৰ বিশেষ শাখাই তিনি ঘণ্টা সোধা–পোছা কৰাৰ পিছত শনিবাৰে ৬ বজাত দুয়োকে গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীৰ বিশেষ শাখাই তিনি ঘণ্টা সোধা–পোছা কৰাৰ পিছত শনিবাৰে ৬ বজাত দুয়োকে গ্ৰেপ্তাৰ কৰে। 

  • Share this:
দিল্লী আৰক্ষীয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত হোৱাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেবাংগনা কালিতাক। দেবাংগনা আৰু তেওঁৰ সহপাঠী নতাশা নাৰৱালক উত্তৰ পূব দিল্লীৰ জাফৰাবাদত CAAৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত জাফৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ বিশেষ শাখাই তিনি ঘণ্টা সোধা–পোছা কৰাৰ পিছত শনিবাৰে ৬ বজাত দুয়োকে গ্ৰেপ্তাৰ কৰে।

দেবাংগনা জেএনইউৰ পূৰ্বে মিৰিন্দা হাউছৰ ছাত্ৰী আছিল আৰু ২০১৫ চনত পিঞ্জৰা টড নামৰ এটা সামাজিক সংগঠনৰ জন্ম দিছিল। এই সংগঠনৰ যোগেদি দেবাংগনাই নাৰী অধিকাৰ সন্দৰ্ভত মাত মাতি আহিছিল।
First published: May 24, 2020, 12:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading