মুখ্যপৃষ্ঠা »খবৰ »দেশ »মুম্বাইত নিৰুদ্দেশ অসমৰ যুৱক

মুম্বাইত নিৰুদ্দেশ অসমৰ যুৱক

কোনো লোক সম্ভেদ পালে 6002839492 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

  • Share this:
    মুম্বাইত নিৰুদ্দেশ হৈছে ব্ৰজেন দাস নামৰ নলবাৰীৰ এজন যুৱক ৷ যোৱা ২১আগষ্টত মুম্বাইৰ পৰা ৰেলযোগে গুৱাহাটীলৈ অহাৰ পথত ৰহস্যজনকভাৱে নিখোজ হয় যুৱকজন ৷ এই পৰ্যন্ত যুৱকজনৰ মোবাইল অফ ৷ইতিমধ্য ৰেল আৰক্ষীৰ থানাত এক লিখিত অভিযোগ দাখিল কৰিছে যুৱকজনৰ পৰিয়ালে ৷

    শেহতীয়া বাতৰি