গৃহমন্ত্ৰীয়ে সেইদিনা প্ৰস্তাৱসমূহত অনুমোদন প্ৰদান কৰাৰ সম্ভাৱনা আছে।
গৃহমন্ত্ৰীয়ে সেইদিনা প্ৰস্তাৱসমূহত অনুমোদন প্ৰদান কৰাৰ সম্ভাৱনা আছে।
অহা ২৭ মার্চত অসম–মেঘালয়ৰ ৬স্থানৰ সীমা সমস্যা ওৰ পৰাৰ সম্ভাৱনা আছে। মাৰ্চৰ ২৭ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নতুন দিল্লীত সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক। ইতিমধ্যে দুয়োজনেই কেন্দ্ৰক সমস্যা সমাধানৰ প্ৰস্তাৱ প্ৰদান কৰি থৈছে। গৃহমন্ত্ৰীয়ে সেইদিনা প্ৰস্তাৱসমূহত অনুমোদন প্ৰদান কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ চলি আহিছে বিবাদ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|