Asian Paints-ৰ Lamination WalaUltimaProtekৰ সৈতে লাভ কৰক আল্টিমেট প্ৰটেকশ্যন

News18 Assam | News18-Assam
Updated:March 5, 2021, 12:28 PM IST
Asian Paints-ৰ Lamination WalaUltimaProtekৰ সৈতে লাভ কৰক আল্টিমেট প্ৰটেকশ্যন
শেহতীয়া TVCটোত ৰণবীৰ কাপুৰে প্ৰদৰ্শন কৰিছে লেমিনেশ্যনৰ এক পৰৱৰ্তী সময়ৰ ৰূপ

শেহতীয়া TVCটোত ৰণবীৰ কাপুৰে প্ৰদৰ্শন কৰিছে লেমিনেশ্যনৰ এক পৰৱৰ্তী সময়ৰ ৰূপ

  • Share this:
এক মুহুৰ্তৰ বাবে এইবিষয়ে চিন্তা কৰকচোন। আপুনি যেতিয়া 'লেমিনেশ্যন' শব্দটো শুনে, আপোনাৰ মনলৈ কি আহে? সুৰক্ষা? কিবা এটা ভালদৰে সুৰক্ষিত কৰাৰ এটা উপায় যাতে ই দীৰ্ঘ সময় ঠিকে থাকে? যেতিয়া আমি কিবা এটা 'লেমিনেটিং' কৰাৰ কথা আহে, আমি সদায় আমাৰ বাবে গুৰুত্বপূৰ্ণ বস্তুবোৰৰ কথাই চিন্তা কৰো, যিবোৰ সঁচাকৈয়ে এক অতিৰিক্ত, অধিক শক্তিশালী সুৰক্ষাৰ স্তৰৰ যোগ্য।

যিবোৰ আচলতে, আমি সঁচাকৈয়ে ভাল পোৱা বস্তুবোৰ। কিন্তু সেই অতিৰিক্ত স্তৰৰ সুৰক্ষাৰ আমি কেৱল ছবি, দস্তাবেজ বা সামগ্ৰীতে কিয় সীমিত কৰি ৰাখোঁ? আপোনাৰ ঘাম, চকুপানী, কঠোৰ পৰিশ্ৰম আৰু আবেগৰ ফলাফল, আপোনাৰ হৃদয়ৰ একেবাৰে কাষত থকা আপোনাৰ ঘৰখন কিয় লেমিনেট নকৰে?

কাৰণ Asian Paints UltimaProtek-এ ঠিক সেইটোকে আগবঢ়ায়। ইয়াৰ নতুন লেমিনেশ্যন গাৰ্ড প্ৰযুক্তিৰ সৈতে, ই আপোনাৰ বাহিৰৰ বেৰবোৰ সেমেকি যোৱা, শেলাই ধৰা, ফাঁট মেলা, ভেঁকুৰ লগা আৰু ৰং হ্ৰাস পোৱাৰ পৰা ৰক্ষা কৰে। অতিমাত্ৰা বৰষুণ, তীব্ৰ ধূলি বা সূৰ্যৰ প্ৰখৰ তাপ যিয়েই নহওক কিয়, UltimaProtek-এ আপোনাৰ বাহিৰফালৰ বেৰবোৰ সদায়েই সতেজ আৰু জীৱন্ত কৰি ৰাখিব।

Asian Paints-ৰ পৰ্টফলিঅ'ত উত্তম এক্সটেৰিয়ৰ ৰং আছে যি ক্ৰেতাক চূড়ান্ত আত্মবিশ্বাস প্ৰদান কৰে। আপুনি এই ৰং আপোনাৰ বাহিৰফালৰ বেৰত প্ৰয়োগ কৰাৰ পিছত, আপুনি আৰামত বহি থাকিব পাৰে আৰু ক’ব পাৰে "ধুপ, ধুল ঔৰ বাৰিশ কো আনে দো"। পৰিস্থিতি যিয়েই নহওক কিয়, Asian Paints UltimaProtek-এ লেমিনেশ্যন গাৰ্ডৰ সহায়ত দেৱালবোৰ সুৰক্ষিত কৰি ৰাখে!

প্ৰকৃততে ই কেনেদৰে কাম কৰে আৰু UltimaProtek কিমান উত্তম, সেয়া দৰ্শাবলৈ, Asian Paints-এ শেহতীয়াকৈ ব্ৰেণ্ডটোৰ এম্বেছাডৰ তাৰকা ৰণবীৰ কাপুৰ অভিনীত এটা খুহুতীয়া আৰু অনন্য TVC মুকলি কৰি দিছে। এই TVCটোত আপুনি ৰণবীৰ কাপুৰক এক অনন্য অৱতাৰত দেখা পাব যি আৰু প্ৰথমবাৰৰ বাবে দ্বৈত ভূমিকাত অভিনয় কৰিছে। TVCটো আপুনি ইয়াত চাব পাৰে:
https://www.youtube.com/watch?v=jxNyOURnTCU&feature=youtu.be

UltimaProtek-ৰ নতুন বিজ্ঞাপনটোৰ বিষয়ে Asian Paints Limited-ৰ MD আৰু CEO অমিত চিংগলেই কয়, "গ্ৰাহকসকলে নিজৰ বাসস্থানসমূহ চিৰকালৰ বাবে সুন্দৰ ৰাখিবলৈ সমাধান সন্ধান কৰি আছে, কিন্তু আজিৰ ঘৰবোৰ প্ৰচুৰ বৰষুণৰ পৰা আৰম্ভ কৰি সূৰ্যৰ অত্যধিক তাপলৈকে, বা ধূলিৰ দৰে বতৰৰ সমস্যাৰ দ্বাৰা প্ৰভাৱিত হয়। Asian Paint-এ বহু বছৰ ধৰি গ্ৰাহকক সৰ্বশ্ৰেষ্ঠ সামগ্ৰী প্ৰদান কৰাৰ জৰিয়তে আৰু প্ৰযুক্তিৰ সহায়ত অভিনৱ উদ্ভাৱন আগবঢ়াই আহিছে। UltimaProtek-ৰ লেমিনেশ্যন গাৰ্ড প্ৰযুক্তিটো তেওঁলোকৰ বাসগৃহ লেমিনেট কৰিবলৈ আৰু অনেক বছৰ ধৰি তাৰ সৌন্দৰ্য সুৰক্ষিত কৰাৰ বাবে ডিজাইন কৰা হৈছে। এই অভিযানটোৱে স্পষ্টভাৱে UltimaProtek-ক এক্সটেৰিয়ৰ পেইন্টৰ গ’ল্ড ষ্টেণ্ডাৰ্ড হিচাপে স্থাপন কৰে।"

(এইটো এক পাৰ্টনাৰড সমল।)
First published: March 5, 2021, 12:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি