আশা কৰ্মীসকলৰ কাৰণেও আছে সুখবৰ, বৃদ্ধি পালে মাহেকীয়া দৰমহা

News18-Assam
Updated:October 9, 2019, 4:19 PM IST
আশা কৰ্মীসকলৰ কাৰণেও আছে সুখবৰ, বৃদ্ধি পালে মাহেকীয়া দৰমহা
মাহে ১০০০টকাকৈ বৃদ্ধি দৰমহা।

মাহে ১০০০টকাকৈ বৃদ্ধি দৰমহা।

  • Share this:
দেশৰ চৰকাৰী কৰ্মচাৰী, পেঞ্চন প্ৰাপকসকলৰ লগতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে আশা কৰ্মীৰ সকলৰ বাবেও দিলে সুখবৰ।বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা।১০০০ হাজাৰ টকাকৈ বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা।কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কৰিলে এই ঘোষণা।

ফাইল ফটো


 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি