বিধায়ক টিৰং আবহৰ হত্যাকাণ্ডৰ তদন্ত NIAক অৰ্পণৰ সিদ্ধান্ত অৰুণাচল চৰকাৰৰ

NSCN(IM) এম্বুশ্বত নিহত হৈছিল বিধায়ক টিৰং আবহসহ ১১জন।

news18assam
Updated:June 3, 2019, 9:47 AM IST
বিধায়ক টিৰং আবহৰ হত্যাকাণ্ডৰ তদন্ত NIAক অৰ্পণৰ সিদ্ধান্ত অৰুণাচল চৰকাৰৰ
NSCN(IM) এম্বুশ্বত নিহত হৈছিল বিধায়ক টিৰং আবহসহ ১১জন।
news18assam
Updated: June 3, 2019, 9:47 AM IST

 অৰুণাচল প্ৰদেশৰ  মুখ্যমন্ত্ৰী পেমা খাণ্ডু কেবিনেটৰ প্ৰথমখন বৈঠকত লোৱা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।বিধায়ক টিৰং আবহৰ হত্যাকাণ্ডৰ তদন্ত NIAক অৰ্পণ কৰিব অৰুণাচল চৰকাৰে।সেইদৰে বৈঠকতে নিহত পৰিয়াললৈ ২০ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰে অৰুণাচল প্ৰদেশ চৰকাৰে।



২১ মে’ তাৰিখে সন্দেহযুক্ত NSCN কেডাৰে গুলীয়াই হত্যা কৰিছিল অৰুণাচল প্ৰদেশৰ পশ্চিম খুনছা সমষ্টিৰ বিধায়ক টিৰাং আবহ সহ ১১ জনকৈ লোকক।

আৰু চাওক পৰৱৰ্তী বাতৰি