প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী গুৰুতৰ ভাবে অসুস্থ

সংকটজনক অৱস্থাত এইমছত ভৰ্তি

News18-Assam
Updated:August 9, 2019, 8:36 PM IST
প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী গুৰুতৰ ভাবে অসুস্থ
Source-Google
News18-Assam
Updated: August 9, 2019, 8:36 PM IST
গুৰুতৰ ভাবে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী অসুস্থ। হৃদ ৰোগত আক্ৰান্ত হৈছে অৰুণ জেটলী। সংকটজনক অৱস্থাত  দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক। ইতিমধ্যে এইমছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা।
আৰু চাওক পৰৱৰ্তী বাতৰি