গুৰুতৰ ভাবে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী অসুস্থ। হৃদ ৰোগত আক্ৰান্ত হৈছে অৰুণ জেটলী। সংকটজনক অৱস্থাত দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক। ইতিমধ্যে এইমছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 09, 2019, 20:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।