মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»এইবাৰ NRCক লৈ মাত মাতিছে মৌলানা আৰ্শ্বাদ মাদানীয়ে, দিল্লীত কি ক’লে মাদানীয়ে?

এইবাৰ NRCক লৈ মাত মাতিছে মৌলানা আৰ্শ্বাদ মাদানীয়ে, দিল্লীত কি ক’লে মাদানীয়ে?

News18-Assam
Updated:November 6, 2019, 3:38 PM IST
এইবাৰ NRCক লৈ মাত মাতিছে মৌলানা আৰ্শ্বাদ মাদানীয়ে, দিল্লীত কি ক’লে মাদানীয়ে?
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ ঘোষণা কৰি মাদানীয়ে সংবাদ মেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্র সমালোচনা কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ ঘোষণা কৰি মাদানীয়ে সংবাদ মেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্র সমালোচনা কৰে।

  • Share this:
নতুন দিল্লীৰ Constitution Clubত জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা চৈয়দ অৰ্শ্বাদ মাদানীৰ সংবাদ মেল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ ঘোষণা কৰি মাদানীয়ে সংবাদ মেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্র সমালোচনা কৰে।

অমিত শ্বাহৰ চুবুৰীয়া দেশৰ অমুছলমান লোককহে মাথো নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি কোৱা মন্তব্যক তীব্ৰ সমালোচনা কৰে মাদানীয়ে। গৃহমন্ত্ৰীৰ এনে চিন্তা সংবিধানৰ পৰিপন্থী বুলিও কয় মাদানীয়ে।

আমি NRCৰ বিৰোধিতা নকৰো, সমগ্ৰ দেশতে NRC হওক, কিন্তু NRCৰ গইনা লৈ সংখ্যালঘূক হাৰাশাস্তি কৰা হৈছে যি গ্রহণযোগ্য নহয়, মন্তব্য মাদানীৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: November 6, 2019, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি