• Home
  • »
  • News
  • »
  • nation
  • »
  • জম্মু–কাশ্মীৰত সেনা–আৰক্ষীৰ জালত লস্কৰ–ই–তৈবাৰে জড়িত ৮ সন্ত্ৰাসবাদী

জম্মু–কাশ্মীৰত সেনা–আৰক্ষীৰ জালত লস্কৰ–ই–তৈবাৰে জড়িত ৮ সন্ত্ৰাসবাদী

চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ পিছতে সেনা আৰু আৰক্ষীয়ে বাৰামুলা জিলাৰ ছপ’ৰ অঞ্চলত চলাইছিল অভিযান।

চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ পিছতে সেনা আৰু আৰক্ষীয়ে বাৰামুলা জিলাৰ ছপ’ৰ অঞ্চলত চলাইছিল অভিযান।

চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ পিছতে সেনা আৰু আৰক্ষীয়ে বাৰামুলা জিলাৰ ছপ’ৰ অঞ্চলত চলাইছিল অভিযান।

  • Share this:
    উত্তৰ কাশ্মীৰত সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৮ সন্ত্ৰাসবাদীক। চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ পিছতে সেনা আৰু আৰক্ষীয়ে বাৰামুলা জিলাৰ ছপ’ৰ অঞ্চলত চলাইছিল অভিযান। এই অভিযানতে গ্ৰেপ্তাৰ হয় লস্কৰ–ই–তৈবাৰ সৈতে জড়িত সন্ত্ৰাসবাদীকেইটা।

    সূত্ৰ অনুসৰি, বাৰামুলাৰ ছপ’ৰত লস্কৰ–ই–তৈবাৰ বাবে কাম কৰা কিছু লোকৰ তথ্য লাভ কৰিছিল চোৰাংচোৱা সংস্থাই। ইয়াৰ পিছতে সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাইছিল। এই অভিযানত গ্ৰেপ্তাৰ কৰা হয় ৮ সন্দেহজনক সন্ত্ৰাসবাদীক।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published: