‘Nayak 2 is Back Again’ কেজৰিৱালৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে চৰ্চাত এখন বিশেষ ফটো

News18 Assam | News18-Assam
Updated:February 16, 2020, 12:12 PM IST
‘Nayak 2 is Back Again’ কেজৰিৱালৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে চৰ্চাত এখন বিশেষ ফটো
দিল্লীৰ ৰামলীলা মৈদানত আজি তৃতীয়টো কাৰ্যকালৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব অৰবিন্দ কেজৰিৱালে

দিল্লীৰ ৰামলীলা মৈদানত আজি তৃতীয়টো কাৰ্যকালৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব অৰবিন্দ কেজৰিৱালে

  • News18 Assam
  • Last Updated: February 16, 2020, 12:12 PM IST
  • Share this:
দিল্লীৰ ৰামলীলা মৈদানত আজি তৃতীয়টো কাৰ্যকালৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব অৰবিন্দ কেজৰিৱালে। ইতিমধ্যে পত্নীৰ সৈতে ৰামলীলা মৈদানত উপস্থিত হৈছে অৰবিন্দ কেজৰিৱাল। অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অনুষ্ঠানত VVIPত কৈ সাধাৰণ জনতাক অগ্ৰাধিকাৰ দিয়া হৈছে।

শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এতিয়া এখন বিশেষ ফটোৱে লাভ কৰিছে বিশেষ চৰ্চা। অনিল কাপুৰৰ নায়ক ছবিখনৰ আৰ্হিৰ ফটো খনত লিখা আছে ‘ Nayak2 is Back Again’। ফটোখনৰ দুয়োকাষে অৰবিন্দ কেজৰিৱাল আৰু অনিল কাপুৰৰ ফটো দেখিবলৈ পোৱা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি