দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ জীৱনৰ আধাৰত নিৰ্মাণ হৈছে ছবি, মুকলি কৰা হ’ল প’ষ্টাৰ

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মুকলি কৰিলে প’ষ্টাৰ
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মুকলি কৰিলে প’ষ্টাৰ
- News18 Assam
- Last Updated: February 10, 2020, 12:18 PM IST

Released the first look of the biopic of Dr. A.P.J Abdul Kalam in New Delhi today. A joint venture of #Hollywood and #Tollywood, the feature film made on the iconic People’s President of India, will be released by end of this year. pic.twitter.com/KBjrxjC1lQ
— Prakash Javadekar (@PrakashJavdekar) February 9, 2020
‘এ পি জে আব্দুল কালামঃ দ্যা মিছাইল মেন’ নামৰ ছবিখনে ২০২০ বৰ্ষৰ শেষৰ ফালে মুক্তি লাভ কৰিব।