• Home
  • »
  • News
  • »
  • nation
  • »
  • দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ জীৱনৰ আধাৰত নিৰ্মাণ হৈছে ছবি, মুকলি কৰা হ’ল প’ষ্টাৰ

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ জীৱনৰ আধাৰত নিৰ্মাণ হৈছে ছবি, মুকলি কৰা হ’ল প’ষ্টাৰ

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মুকলি কৰিলে প’ষ্টাৰ

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মুকলি কৰিলে প’ষ্টাৰ

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মুকলি কৰিলে প’ষ্টাৰ

  • Share this:
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ‘মিছাইল মেন’ খ্যাত ড০ এ পি জে আব্দুল কালামৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবি। হলীউদ আৰু তেলেগু ছবি উদ্যোগৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মাণ হোৱা ছবিখনৰ প্ৰথমখন অফিছিয়েল প’ষ্টাৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে।





‘এ পি জে আব্দুল কালামঃ দ্যা মিছাইল মেন’ নামৰ ছবিখনে ২০২০ বৰ্ষৰ শেষৰ ফালে মুক্তি লাভ কৰিব।
Published by:Himangshu Bhuyan
First published: