ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

সদনত Debate বিচাৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে, অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ উত্থাপন কৰাৰ লগতে সদনত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ

News18-Assam
Updated:August 5, 2019, 11:38 AM IST
ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ
সদনত Debate বিচাৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে, অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ উত্থাপন কৰাৰ লগতে সদনত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ
News18-Assam
Updated: August 5, 2019, 11:38 AM IST
সোমবাৰে ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল। অনুচ্ছেদ 35(A) ও প্ৰত্যাহাৰৰ প্ৰস্তাৱ। অমিত শ্বাহে ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ উত্থাপন কৰাৰ লগে লগে সদনত সৃষ্টি হৈছে হুলস্থূলীয়া পৰিবেশ। সদনত Debate বিচাৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। কাশ্মীৰৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যদা দিছিল ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদে। ৩৭০ নং অনুচ্ছেদৰ বাবেই জম্মু কাশ্মীৰে দ্বি নাগৰিকত্ব আৰু পৃথক পতাকা লাভ কৰিছিল। সেইদৰে আছিল জম্মু–কাশ্মীৰৰ বাবে আছে পৃথক সংবিধান। এই অনুচ্ছেদৰ বাবেই ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ কোনোৱে জম্মু–কাশ্মীৰত মাটি ক্ৰয় কৰিব নোৱাৰে!
আৰু চাওক পৰৱৰ্তী বাতৰি