মুখ্যপৃষ্ঠা »খবৰ »দেশ »অশান্ত মণিপুৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান- ৰাজ্যখনৰ শান্তি-শৃংখলা বজাই ৰাখক ...

অশান্ত মণিপুৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান- ৰাজ্যখনৰ শান্তি-শৃংখলা বজাই ৰাখক ...

শান্ত হোৱা নাই মণিপুৰ ৷ জনজাতি অজনজাতিৰ মাজত অব্যাহত আছে যুঁজ ৷ প্ৰায় এমাহ ধৰি ৰাজ্যখন জ্বলি আছে ৷ তাৰপাছতো কিন্তু ৰাজ্যখনত এইপৰ্য্যন্ত ভৰি দিয়া নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

  • Share this:
শান্ত হোৱা নাই মণিপুৰ ৷ জনজাতি অজনজাতিৰ মাজত অব্যাহত আছে যুঁজ ৷ প্ৰায় এমাহ ধৰি ৰাজ্যখন জ্বলি আছে ৷ তাৰপাছতো কিন্তু ৰাজ্যখনত এই পৰ্য্যন্ত ভৰি দিয়া নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ যাৰবাবে এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰাই মণিপুৰবাসীক দিলে এটি আহ্বান ৷

'ছবছৰ ধৰি শান্তিৰ বাতাবৰণ চলি আছে মণিপুৰত । পিছে, আদালতৰ এক নিৰ্দেশনাৰ পিছতে বিঘ্নিত হৈছে মণিপুৰৰ শান্তি। আলাপ-আলোচনাৰ মাধ্যমেৰে ৰাজ্যখনলৈ ঘূৰাই অনা হ'ব শান্তি।' এইক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে নিজে পৰ্য্যবেক্ষণ কৰিব ৰাজ্যৰ পৰিস্থিতি ৷ সেইসূত্ৰে ৩ দিনীয়া ভ্ৰমণসূচীৰে অচিৰেই মণিপুৰলৈ যাব অমিত শ্বাহ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ । অৱশ্যে এই সময়খিনিত ৰাজ্যবাসীক শান্তি -শৃংখলা অটুট ৰখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ৷ নিজ ভাতৃৰ মাজৰ সংঘাট দূৰ কৰক ৷

শেহতীয়া বাতৰি