
Source-Google
চলি আছে ঐতিহাসিক অযোধ্যা ভূমি বিবাদ গোচৰৰ ৰায়দান প্ৰক্ৰিয়া
চলি আছে ঐতিহাসিক অযোধ্যা ভূমি বিবাদ গোচৰৰ ৰায়দান প্ৰক্ৰিয়া। একেসময়তে দেশৰ নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হৈছে এখন জৰুৰী বৈঠক। বৈঠকত উপস্থিত আছে অজিত ডোভেল। ইতিমধ্যে সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|