Ayodhya Verdict: অমিত শ্বাহৰ বাসগৃহত জৰুৰী বৈঠক, বৈঠকত NSA ৰ মুৰব্বী অজিত ডোভেল

News18-Assam
Updated:November 9, 2019, 11:09 AM IST
Ayodhya Verdict: অমিত শ্বাহৰ বাসগৃহত জৰুৰী বৈঠক, বৈঠকত NSA ৰ মুৰব্বী অজিত ডোভেল
Source-Google

চলি আছে ঐতিহাসিক অযোধ্যা ভূমি বিবাদ গোচৰৰ ৰায়দান প্ৰক্ৰিয়া

  • Share this:
চলি আছে ঐতিহাসিক অযোধ্যা ভূমি বিবাদ গোচৰৰ ৰায়দান প্ৰক্ৰিয়া। একেসময়তে দেশৰ  নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হৈছে এখন জৰুৰী বৈঠক। বৈঠকত উপস্থিত আছে অজিত ডোভেল। ইতিমধ্যে সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading