
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি (আপ)ক সমালোচনা কৰি কয় যে যিসকলে "সপোন বিক্ৰী কৰে" তেওঁলোকে গুজৰাটত কেতিয়াও জিকিব নোৱাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি (আপ)ক সমালোচনা কৰি কয় যে যিসকলে "সপোন বিক্ৰী কৰে" তেওঁলোকে গুজৰাটত কেতিয়াও জিকিব নোৱাৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি (আপ)ক সমালোচনা কৰি কয় যে যিসকলে "সপোন বিক্ৰী কৰে" তেওঁলোকে গুজৰাটত কেতিয়াও জিকিব নোৱাৰে। গুজৰাটৰ বিধানসভা নিৰ্বাচন এই বছৰৰ ডিচেম্বৰত হ'ব। এক ভাৰ্চুৱেল অনুষ্ঠানত ভাষণ দি শ্বাহে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বক প্ৰশংসা কৰি কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) পুনৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গুজৰাটত চৰকাৰ গঠন কৰিব।
ভূপেন্দ্ৰ পেটেলৰ মুখ্যমন্ত্ৰী হিচাপে এবছৰ উপলক্ষে গান্ধীনগৰত আয়োজিত এক অনুষ্ঠানত ভাষণ দি শ্বাহে কয়, "সপোন বিক্ৰেতাসকলে গুজৰাটত কেতিয়াও নিৰ্বাচনী সফলতা লাভ নকৰিব। মই গুজৰাটৰ লোকসকলক জানো। সপোন বিক্ৰেতাই গুজৰাটত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে কাৰণ মানুহে কামত বিশ্বাস কৰা সকলক সমৰ্থন কৰে। সেইকাৰণে মানুহ বিজেপিৰ সৈতে আছে। বিজেপিয়ে বিপুল ভোটত জয় লাভ কৰিব," তেওঁ কয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|