গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত অংশ নল’লে উত্‍সৱৰ আনন্দই ক’ত?

News18-Assam
Updated:October 3, 2019, 4:21 PM IST
গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত অংশ নল’লে উত্‍সৱৰ আনন্দই ক’ত?
News18-Assam
Updated: October 3, 2019, 4:21 PM IST
Amazon–এ  সৰ্ববৃহত্‍, বহু প্ৰতিক্ষিত উত্‍সৱৰ উদযাপন লৈ আহিছে আৰু আমি এনেকুৱাত কেনেকৈ মনে মনে থাকো। ২৯ছেপ্তেম্বৰ মাজনিশা ১১.৫৯ৰ পৰা Amazon গ্রেট ইণ্ডিয়ান ফেষ্টিভেলৰ চেল আৰম্ভ হৈছে আৰু এয়া ৪অক্টোবৰ নিশালৈকে চলিব। ২৮ছেপ্তেম্বৰ দুপৰীয়া ১২বজাৰ পৰা প্ৰাইম সদস্যসকলে এক্সক্লুছিভ আগতীয়া একছেছ লাভ কৰিছে।

নিৰ্বাচিত স্মাৰ্টফোন, টিভি, কিচেন প্ৰডাক্ট, ফেশ্যন, বিউটী, কনজিউমাৰ ইলেকট্ৰ’নিক্স তথা অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত Amazon ইণ্ডিয়াৰ আশ্চৰ্যজনক ডীল লাভ কৰিবলৈ আপুনি কেলেণ্ডাৰত তাৰিখ মাৰ্ক কৰক আৰু উৎসৱৰ বতৰত শ্বপিং কৰক।

যিসকলে উত্‍সৱৰ অনুষ্ঠানৰ বাবে নিজৰ আৰু পৰিয়ালৰ কাৰণে বিশেষ পৰিকল্পনা কৰিছে তেওঁলোকে নিজৰ বাজেট কমোৱাৰ প্ৰয়োজন নাই। কাৰণ Amazon আহি গৈছে। এই বছৰৰ থীম হৈছে 'এতিয়া বাজেট আৰু দেশৰ উদযাপনত বাধা নাহে', গ্ৰাহকসকলে স্মাৰ্টফোনৰ বৃহৎ পৰিসৰত নিৰ্বাচন কৰাৰ লগতে, ডাঙৰ যন্ত্ৰাংশ, টিভি, হোম কিচেনৰ সামগ্ৰী, ফেশ্যনৰ সামগ্ৰী তথা অন্যান্য সামগ্ৰীৰ এনে ৰেহাই আৰু ক’তো নাপায়। কনজিউমাৰ ইলেকট্ৰ’নিক্স আৰু অন্যান্য সামগ্ৰীৰ লক্ষাধিক বিক্ৰেতা পাব এই প্লেটফ’ৰ্মত। এইবোৰৰ বাহিৰেও গ্ৰাহকে বিভিন্ন ধৰণৰ অফাৰ পাব। আপোনাৰ SBI ক্রেডিট/ডেবিট কার্ড ব্যৱহাৰ কৰিলে আপুনি ১০% ডিছকাউণ্ট লাভ কৰিব পাৰে। তেওঁলোকৰ বিশেষ উৎসৱৰ সময়ৰ কেশ্ববেক অফাৰৰ ভিতৰত ডেবিট–ক্ৰেডিট কাৰ্ডত ন’ কস্ত ইএমআই তথা Bajaj FinServ, এক্সচেঞ্জ অফাৰ আৰু অনেক বস্তু পাব। আপুনি কিনা–মেলা কৰোতে বা উপহাৰ ক্ৰয় কৰোতে কোনো আপোচ কৰিব নালাগে। এইবছৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলে আপোনাৰ পকেট খালী নকৰে। হয়তো আপুনি বেছি পৰিমাণৰ কেশ্ববেক জিকিবও পাৰে।

প্ৰথমবাৰ #AmazonFestiveYatra ফ্লেগ অফ কৰোতে টাটা মটৰ্ছৰ সৈতে Amazon চুক্তিবদ্ধ হৈছে। হাউচ অন হুইলছ ধাৰণাৰ অধীনত Amazon ইণ্ডিয়াই একেলগে ক্ষুদ্ৰ তথা মধ্যম ব্যৱসায়, ষ্টাৰ্টআপ আৰু ব্ৰেণ্ড, কাৰিকৰ, শিল্পী তথা দেশৰ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা উদ্যোগীসকলৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে।

Amazon–এ গ্ৰাহক আৰু বিক্ৰেতাসকলক সৈতে সংযুক্ত হ’বলৈ আগ্ৰা, চেন্নাই, ইন্দোৰ, কলকাতা, কোচি, মথুৰা, মুম্বাই তথা বিশাখাপট্টনম সহ ১৩খন চহৰৰ ৬০০০ কিলোমিটাৰ কভাৰ কৰিব এই তিনিখন বিশেষ ট্ৰাকেৰে।  #AmazonFestiveYatra – হাউছ অন হুইলছ–এ দ্য বেষ্ট অৱ ইণ্ডিয়া ওৱান প্লেচৰ– অধীনত Amazon–এ ৬০০বিধৰ অধিক সামগ্ৰী ডিচপ্লে কৰিব। গ্ৰাহকসকলক এক ঝলকত Amazon ইণ্ডিয়াই দেখুৱাই দিছে যে তেওঁলোকৰ ওপৰত কি আশা কৰিব পৰা যায়। সকলো সামগ্ৰীৰ মাজত দেশৰ কিছু বৃহৎ ব্ৰেণ্ডৰ অনন্য কালেকশ্যন চাব পাৰিব গ্ৰাহকে।

এবাৰ চাওক #AmazonFestiveYatra ৰ সৃষ্টিৰ পিছৰ উদ্দেশ্য কি?

আৰু চাওক পৰৱৰ্তী বাতৰি