আমাজ'নৰ ডকুমেণ্টে পোহৰলৈ আনিলে বহুকথা! ভাৰত চৰকাৰৰ চকুত চটিয়াইছে ধূলি

দীৰ্ঘদিন ধৰি বিদেশী বিনিয়োগৰ কটকটীয়া নিয়মৰ লগতে কোম্পানীৰো কিছুমান নিয়ম জাপি দি আহিছিল।
দীৰ্ঘদিন ধৰি বিদেশী বিনিয়োগৰ কটকটীয়া নিয়মৰ লগতে কোম্পানীৰো কিছুমান নিয়ম জাপি দি আহিছিল।
- News18 Assam
- Last Updated: February 17, 2021, 8:12 PM IST
উপলব্ধ অসংখ্য নথি পত্ৰই ইতিমধ্যে ভাৰত চৰকাৰৰ চকুত আমাজনে কেনেকৈ ধূলি চটিয়াইছে সেই কথা স্পষ্ট কৰিছে। নিজকে স্বতন্ত্ৰ ঘোষণা কৰাৰ পিছতো ২০১৪ চনৰ পৰা ই ক্লাউডটেইলৰ দৰে বৃহৎ বিক্রেতাৰ বিস্তাৰত সহায় কৰি আহিছে।
আমাজনৰ ৪০০,০০০ বিক্ৰেতাৰ ভিতৰত প্ৰায় ৩৫ গৰাকী বিক্ৰেতাই ২০১৯ চনৰ আৰম্ভণিতে ইয়াৰ দুই তৃতীয়াংশ বিক্ৰী কৰিছিল।