আমাজ'নৰ ডকুমেণ্টে পোহৰলৈ আনিলে বহুকথা! ভাৰত চৰকাৰৰ চকুত চটিয়াইছে ধূলি

News18 Assam | News18-Assam
Updated:February 17, 2021, 8:12 PM IST
আমাজ'নৰ ডকুমেণ্টে পোহৰলৈ আনিলে বহুকথা! ভাৰত চৰকাৰৰ চকুত চটিয়াইছে ধূলি
দীৰ্ঘদিন ধৰি বিদেশী বিনিয়োগৰ কটকটীয়া নিয়মৰ লগতে কোম্পানীৰো কিছুমান নিয়ম জাপি দি আহিছিল।

দীৰ্ঘদিন ধৰি বিদেশী বিনিয়োগৰ কটকটীয়া নিয়মৰ লগতে কোম্পানীৰো কিছুমান নিয়ম জাপি দি আহিছিল।

  • Share this:
আমাজনো বহুবছৰ ধৰি ভাৰতৰ সৰু সৰু গোটৰ বিক্ৰেতাক অগ্ৰাধিকাৰ দি আহিছিল। কিন্তু সাৰ্বজনীন ৰূপত তেওঁলোকে ভাৰতৰ বিক্ৰেতাৰ চকুত ধুলি দি কিছুমান বিদেশী বিনিয়োগৰ কটকটীয়া নিয়মৰ লগতে কোম্পানীৰো কিছুমান নিয়ম জাপি দি আহিছিল।

উপলব্ধ অসংখ্য নথি পত্ৰই ইতিমধ্যে ভাৰত চৰকাৰৰ চকুত আমাজনে কেনেকৈ ধূলি চটিয়াইছে সেই কথা স্পষ্ট কৰিছে। নিজকে স্বতন্ত্ৰ ঘোষণা কৰাৰ পিছতো ২০১৪ চনৰ পৰা ই ক্লাউডটেইলৰ দৰে বৃহৎ বিক্রেতাৰ বিস্তাৰত সহায় কৰি আহিছে।

আমাজনৰ ৪০০,০০০ বিক্ৰেতাৰ ভিতৰত প্ৰায় ৩৫ গৰাকী বিক্ৰেতাই ২০১৯ চনৰ আৰম্ভণিতে ইয়াৰ দুই তৃতীয়াংশ বিক্ৰী কৰিছিল।

কোম্পানীৰ বিশেষ ডকুমেণ্টে কৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনো ধৰণৰ বিশেষজ্ঞ বা বুদ্ধিজীৱী নহব পাৰে, কিন্তু এটা শক্তিশালী প্ৰশাসনযন্ত্ৰ বুলি প্ৰধানমন্ত্ৰীগৰাকীক মানি ল'ব পাৰি।
Published by: Himangshu Bhuyan
First published: February 17, 2021, 8:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি