• Home
  • »
  • News
  • »
  • nation
  • »
  • Agniveer, Agnipath, IAF: অগ্নিবীৰৰ বাবে ভাৰতীয় বায়ু সেনাই দিলে বিজ্ঞাপন, ২৪ জুনৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ, জানক সবিশেষ

Agniveer, Agnipath, IAF: অগ্নিবীৰৰ বাবে ভাৰতীয় বায়ু সেনাই দিলে বিজ্ঞাপন, ২৪ জুনৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ, জানক সবিশেষ

IAFএ কয় যে বয়সৰ সীমা (এই বছৰ ১৭.৫ বছৰৰ পৰা ২৩ বছৰ আৰু পৰৱৰ্তী বছৰৰ পৰা ১৭.৫ বছৰৰ পৰা ২১ বছৰ)ৰ বাহিৰেও প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা, শাৰীৰিক, আৰু চিকিৎসা মানদণ্ডৰ বিষয়ে পিছত বিতংভাৱে উল্লেখ কৰা হ’ব।

  • Share this:
দেশৰ কেইবাখনো ৰাজ্যত হিংসাত্মক আন্দোলনে বিধ্বংসী ৰূপ ধাৰণ কৰি থকাৰ সময়তে দেওবাৰে ভাৰতীয় বায়ুসেনাই ব্যাপক আন্দোলনৰ সূচনা কৰা অগ্নিপথ নিযুক্তি আঁচনিৰ সবিশেষ প্ৰকাশ কৰে।

২৪ জুনৰ পৰা নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। IAFৰ নথিখনত আন বহুতো কাৰকৰ লগতে যোগ্যতা, শৈক্ষিক অৰ্হতা, চিকিৎসা মানদণ্ড, মূল্যায়ন, ছুটী, পাৰিতোষিক, জীৱন বীমা আৱৰণ আদিৰ তালিকা দিয়া হৈছে।

যিহেতু নিযুক্তি প্ৰক্ৰিয়া ১৮ বছৰৰ তলৰ লোকৰ বাবেও মুকলি, সেয়েহে ১৮ বছৰৰ তলৰ লোকসকলৰ বাবে নামভৰ্তি প্ৰ-পত্ৰত অভিভাৱকসকলে স্বাক্ষৰ কৰিব লাগিব বুলি আই এ এফৰ অধিসূচনাত কোৱা হৈছে।

IAFএ কয় যে বয়সৰ সীমা (এই বছৰ ১৭.৫ বছৰৰ পৰা ২৩ বছৰ আৰু পৰৱৰ্তী বছৰৰ পৰা ১৭.৫ বছৰৰ পৰা ২১ বছৰ)ৰ বাহিৰেও প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা, শাৰীৰিক, আৰু চিকিৎসা মানদণ্ডৰ বিষয়ে পিছত বিতংভাৱে উল্লেখ কৰা হ’ব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি