মাইক বন্ধ কৰিবলৈ পাহৰি শুই পৰিল আজান দিবলৈ অহা মৌলবী! নিশা নাকৰ শব্দত টোপনী ভাঙিল অঞ্চলবাসীৰ, চাওক Video

News18 Assam | News18-Assam
Updated:February 20, 2021, 12:32 PM IST
মাইক বন্ধ কৰিবলৈ পাহৰি শুই পৰিল আজান দিবলৈ অহা মৌলবী! নিশা নাকৰ শব্দত টোপনী ভাঙিল অঞ্চলবাসীৰ, চাওক Video
মৌলবীৰ নাকৰ কৰ্কশ শব্দৰ ফলত নিশা সমস্যাত পৰিল স্থানীয় একাংশ লোক।

মৌলবীৰ নাকৰ কৰ্কশ শব্দৰ ফলত নিশা সমস্যাত পৰিল স্থানীয় একাংশ লোক।

  • News18 Assam
  • Last Updated: February 20, 2021, 12:32 PM IST
  • Share this:
আজান দিয়াৰ পিছত মাইক বন্ধ কৰিবলৈ পাহৰি থাকিল এজন মৌলবীয়ে। উৰে নিশা বাজি থাকিল মাইকৰ শব্দ। ফলত উজাগৰে নিশা কটাবলগীয়া হ'ল অঞ্চবাসীয়ে। পিছে মাইকত কিহৰ শব্দ ভাহি আহিল জানিলে আচৰিত হ'ব।



মৌলবীৰ নাকৰ কৰ্কশ শব্দৰ ফলত নিশা সমস্যাত পৰিল স্থানীয় একাংশ লোক। মাইক বন্ধ কৰিবলৈ পাহৰি মৌলবীগৰাকী মছজিদৰ ভিতৰতে শুই পৰিল। আৰু নিশা নাকৰ শব্দই ৰজনজনাই লগ সমগ্ৰ অঞ্চল।

মৌলবীৰ নাকৰ শব্দৰ ফলত নিশা টোপনী খতি হ'ল লোকসকলৰ। একাংশই মৌলবীৰ নাকৰ শব্দ ৰেকৰ্ডিং কৰি আপলোড কৰিলে ছচিয়েল মিডিয়াত। ইয়াৰ পিছতে হৈ পৰে ভাইৰেল। এই আমোদজনক ঘটনাই এতিয়া হাঁহিৰ খোৰাক যোগাইছে সকলোকে।
Published by: Himangshu Bhuyan
First published: February 20, 2021, 12:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি