உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে ক'লে: 'আমাৰ বাবে জনসাধাৰণ সদায় প্ৰথম, ৰাইজে সকাহ পাব'

    পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে ক'লে: 'আমাৰ বাবে জনসাধাৰণ সদায় প্ৰথম, ৰাইজে সকাহ পাব'

    কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Petrol-Diesel Prices) ৯ আৰু ৭ টকা হ্ৰাস কৰি ৰাইজক এক ডাঙৰ সকাহ দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "এই সিদ্ধান্তই দেখুৱায় যে জনসাধাৰণ সদায় তেওঁৰ চৰকাৰৰ বাবে প্ৰথম।"

    • Share this:
    মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Petrol-Diesel Prices) ৯ আৰু ৭ টকা হ্ৰাস কৰি ৰাইজক এক ডাঙৰ সকাহ দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণাৰ প্ৰতি ক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "এই সিদ্ধান্তই দেখুৱায় যে জনসাধাৰণ সদায় তেওঁৰ চৰকাৰৰ বাবে প্ৰথম।"

    কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ ঘোষণাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত লিখিছিল, "আজিৰ সিদ্ধান্ত, বিশেষকৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ গুৰুত্বপূৰ্ণ হ্ৰাসৰ ফলত সম্পৰ্কিত বিভিন্ন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব আৰু আমাৰ নাগৰিকসকলক সকাহ দিব আৰু জীৱন ধাৰণ সহজ হ'ব।"

    বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে প্ৰতি লিটাৰত ৮ টকা আৰু প্ৰতি লিটাৰত ৬ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছত, পেট্ৰ'ল প্ৰতি লিটাৰত ৯.৫ টকা সস্তা হ'ব আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭ টকা হ্ৰাস কৰা হ'ব
    Published by:Kokil Sarma
    First published: