মধ্যপ্ৰদেশত যদি জ্যোতিৰাদিত্য সিন্দিয়াৰ বিদ্ৰোহ, ৰাজস্থানত বিদ্ৰোহৰ গুৰি ধৰিব পাৰে শচীন পাইলটে!
মধ্যপ্ৰদেশত যদি জ্যোতিৰাদিত্য সিন্দিয়াৰ বিদ্ৰোহ, ৰাজস্থানত বিদ্ৰোহৰ গুৰি ধৰিব পাৰে শচীন পাইলটে!
মধ্যপ্ৰদেশৰ ৰাজনৈতিক নাটক অন্চ নপৰোতেই এইবাৰ এইবাৰ চৰ্চাত ৰাজস্থান।ৰাজস্থানতো সংকটত পৰিব পাৰে কংগ্ৰেছ চৰকাৰ। মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে ৰাজস্থানত বৃদ্ধি পাইছে বিধায়কৰ ক্ষোভ।
মধ্যপ্ৰদেশত যদি জ্যোতিৰাদিত্য সিন্দিয়াৰ বিদ্ৰোহ, ৰাজস্থানত বিদ্ৰোহৰ গুৰি ধৰিব পাৰে শচীন পাইলটে। শচীন পাইলটক উপ মুখ্যমন্ত্ৰী পাতি থোৱা হৈছে যদিও অশোক গেহলটৰ কাম কাজক লৈ সন্তুষ্ট নহয় শচীন পাইলট। বিজেপি সূত্ৰৰ দাবী ৰাজস্থানৰ ৩০ জনৰো অধিক বিধায়ক বিজেপিৰ যোগাযোগত আছে।
ইফালে আজি বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰিব জ্যোতিৰাদিত্য সিন্ধিয়াই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|