নাগালেণ্ডক ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা, AFSPA বলৱৎ

News18-Assam
Updated:July 1, 2019, 3:50 PM IST
নাগালেণ্ডক ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা, AFSPA বলৱৎ
FILE PHOTO

ৰাজ্যখনত বৃদ্ধি পোৱা হিংসাত্মক ঘটনালৈ লক্ষ্য কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

  • Share this:
ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা কৰা হৈছে নাগালেণ্ডক। সমগ্ৰ ৰাজ্যখনত বলৱত্‍ কৰা হৈছে AFSPA। ডিচেম্বৰলৈ বলৱত্‍ থাকিব এই আইন। ৰাজ্যখনত বৃদ্ধি পোৱা হিংসাত্মক ঘটনালৈ লক্ষ্য কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শান্তি বাহাল ৰখাৰ স্বাৰ্থত বলৱত্‍ কৰা হৈছে AFSPA। ৩০ জুনৰ পৰা বলৱত্‍ হৈছে আইনখন। এই কথা NEWS18ক জনালে গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে।
First published: July 1, 2019, 3:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading