জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ ৯৫ বছৰ বয়সত দেহাৱসান

দেশৰ গণ্য–মান্য অধিবক্তাসকলৰ মাজৰ এজন আছিল জেঠমালানী।

News18-Assam
Updated:September 8, 2019, 10:19 AM IST
জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ ৯৫ বছৰ বয়সত দেহাৱসান
দেশৰ গণ্য–মান্য অধিবক্তাসকলৰ মাজৰ এজন আছিল জেঠমালানী।
News18-Assam
Updated: September 8, 2019, 10:19 AM IST
জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীৰ দেহাৱসান। দেওবাৰে ৯৫ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰে জেঠমালানীয়ে। বিগত কিছুমাহ ধৰি অসুস্থ হৈ আছিল জ্যেষ্ঠ অধিবক্তাগৰাকী। নতুন দিল্লীস্থিত নিজৰ বাসগৃহত আজি পুৱা দেহাবসান ঘটে জেঠমালানীৰ। আজি সন্ধিয়া অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব জেঠমালানীৰ।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল ৰাম জেঠমালানী। দেশৰ গণ্য–মান্য অধিবক্তাসকলৰ মাজৰ এজন আছিল জেঠমালানী। বিজেপি আৰু আৰ জে ডিৰ সাংসদো আছিল জ্যেষ্ঠ অধিবক্তাগৰাকী। ১৯২৩ চনৰ ১৪ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল জেঠমালানীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি