অ’ৱেছীক উভতি ধৰিলে কোয়েনা মিত্ৰই, ক’লে – আমাৰ ৪০ হাজাৰ মন্দিৰ ওভতাই দিয়া

News18-Assam
Updated:November 17, 2019, 10:38 AM IST
অ’ৱেছীক উভতি ধৰিলে কোয়েনা মিত্ৰই, ক’লে – আমাৰ ৪০ হাজাৰ মন্দিৰ ওভতাই দিয়া
ৰাম জন্মভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পিছতে AIMIMৰ মুৰব্বী আছাদুদ্দিন অ’ৱেছীয়ে এক বিতৰ্কিত টুইট কৰিছিল।

ৰাম জন্মভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পিছতে AIMIMৰ মুৰব্বী আছাদুদ্দিন অ’ৱেছীয়ে এক বিতৰ্কিত টুইট কৰিছিল।

  • News18 Assam
  • Last Updated: November 17, 2019, 10:38 AM IST
  • Share this:
বিগ বছ ১৩ত অংশগ্ৰহণ কৰা বলীউদৰ অভিনেত্ৰী কোয়েনা মিত্ৰৰ বিতৰ্কিত টুইট। অল ইণ্ডিয়া মজলিছ–এ–ইত্তেহাদুল মুছলিমীনৰ অধ্যক্ষ আছাদুদ্দিন অ’ৱেছীৰ এক বিতৰ্কিত টুইটক টাৰ্গেট কৰি লৈছে কোয়েনাই। অ’ৱেছীৰ টুইট ৰিটুইট কৰি কোয়েনাই লিখিছে – ‘মোক আমাৰ ৪০ হাজাৰ মন্দিৰ ওভতাই লাগে।’

আচলতে, ৰাম জন্মভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পিছতে AIMIMৰ মুৰব্বী আছাদুদ্দিন অ’ৱেছীয়ে এক বিতৰ্কিত টুইট কৰিছিল। অ’ৱেছীয়ে এটা সাক্ষাৎকাৰ শ্বেয়াৰ কৰি লিখিছিল – ‘মোক মোৰ মছজিদ ঘূৰাই লাগে।’ অ’ৱেছীৰ উক্ত টুইট ৰিটুইট কৰি কোয়েনাই কৰে এই মন্তব্য।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি