• Home
  • »
  • News
  • »
  • nation
  • »
  • চৰকাৰী কৰ্মচাৰীৰ বাবে ভালখবৰ! ১ জুলাইৰ পৰা বাঢ়িব পাৰে ৫ শতাংশ DA

চৰকাৰী কৰ্মচাৰীৰ বাবে ভালখবৰ! ১ জুলাইৰ পৰা বাঢ়িব পাৰে ৫ শতাংশ DA

৩৪ শতাংশৰ পৰা ৩৯ শতাংশলৈকে বাঢ়িব পাৰে DA।

৩৪ শতাংশৰ পৰা ৩৯ শতাংশলৈকে বাঢ়িব পাৰে DA।

৩৪ শতাংশৰ পৰা ৩৯ শতাংশলৈকে বাঢ়িব পাৰে DA।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে ভাল খবৰ৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দেশত বৰ্ধিত মূল্যবৃদ্ধিৰ পৰা কিছু সকাহ পাব পাৰে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চৰকাৰে ১ জুলাইৰ পৰা DA ৫ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷

২০২২ চনৰ মাৰ্চ মাহত এআইচিপিআই সূচক যথেষ্ট বৃদ্ধি পাইছে। যাৰ পৰা অনুমান কৰা হৈছে যে চৰকাৰে মহাৰ্ঘ ভাট্টা ৩ শতাংশৰ পৰিৱৰ্তে ৫ শতাংশ বৃদ্ধি কৰিব পাৰে। যদি এনে হয়, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ ৩৪ শতাংশৰ পৰা ৩৯ শতাংশলৈ বৃদ্ধি হ'ব।

এআইচিপিআই সূচক এই বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত হ্ৰাস পাইছিল। জানুৱাৰীত ১২৫.১, ফেব্ৰুৱাৰীত ১২৫ আৰু মাৰ্চত ১২৭.৭ লৈ বৃদ্ধি হৈছিল। ই ১.৩৫ শতাংশ বৃদ্ধি হৈ মে আৰু জুনত ১২৭ৰ ঘৰ অতিক্ৰম কৰিছে।

যদি ডি.এ. 39 শতাংশ বৃদ্ধি হয়, দৰমহা কিমান বৃদ্ধি হ'ব -

কৰ্মচাৰীসকলৰ মূল দৰমহা যদি ৫৬৯০০ টকা, আৰু ডিএ ৩৯ শতাংশ হয়, তেওঁলোকে ২২,১৯১ টকা লাভ কৰিব৷ বৰ্তমান ডিএ হৈছে ১৯,৩৪৬ টকা৷ যদি ডিএ ৫ শতাংশ বৃদ্ধি কৰা হয়, তেন্তে দৰমহা ২৮৪৫ টকালৈ বৃদ্ধি হ'ব৷ ই বাৰ্ষিক প্ৰায় ৩৪,১৪০ টকালৈ বৃদ্ধি পাব৷ ই বাৰ্ষিক প্ৰায় ৩৪,১০ টকালৈ বৃদ্ধি পাব৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি