অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা, দ’ খাৱৈত বাছ বাগৰি থিতাতে নিহত ১০জন যাত্ৰী

নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

News18-Assam
Updated:October 15, 2019, 2:51 PM IST
অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা, দ’ খাৱৈত বাছ বাগৰি থিতাতে নিহত ১০জন যাত্ৰী
নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
News18-Assam
Updated: October 15, 2019, 2:51 PM IST
অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ বাছ দুৰ্ঘটনা।
এটা দ' খাৱৈত বাগৰি পৰে এখন  যাত্ৰীবাহী বাছ। এই
ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় ১০জন যাত্ৰী।


গুৰুতৰভাৱে আহত হয় ১৫জন যাত্ৰী। চিনটুৰু অঞ্চলত বাগৰি পৰে পৰ্যটক কঢ়িয়াই নিয়া বাছখন। এটা পৰ্যটৰ দল লৈ ভদ্ৰচালামৰ পৰা ৰাজামুন্দ্ৰীলৈ গৈ আছিল বাছখন।
আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।
নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি