মুম্বাইৰ আৰে বনাঞ্চলৰ গছ কটাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ, জাঙুৰ খাই উঠিছে বলীউড

মেট্ৰ ৰে’ল প্ৰজেক্টৰ বাবে মুম্বাইৰ আৰে বনাঞ্চলৰ প্ৰায় ২৭০০ জোপা গছ কাটিবলৈ অনুমতি দিছে বম্বে উচ্চ ন্যায়ালয়ে।

News18-Assam
Updated:October 5, 2019, 6:51 PM IST
মুম্বাইৰ আৰে বনাঞ্চলৰ গছ কটাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ, জাঙুৰ খাই উঠিছে বলীউড
মেট্ৰ ৰে’ল প্ৰজেক্টৰ বাবে মুম্বাইৰ আৰে বনাঞ্চলৰ প্ৰায় ২৭০০ জোপা গছ কাটিবলৈ অনুমতি দিছে বম্বে উচ্চ ন্যায়ালয়ে।
News18-Assam
Updated: October 5, 2019, 6:51 PM IST
মেট্ৰ ৰে’ল প্ৰজেক্টৰ বাবে মুম্বাইৰ আৰে বনাঞ্চলৰ প্ৰায় ২৭০০ জোপা গছ কাটিবলৈ অনুমতি দিছে বম্বে উচ্চ ন্যায়ালয়ে। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে গছ কটাৰ কাম। যাকলৈ এতিয়া প্ৰতিবাদমুখৰ হৈছে সমগ্ৰ মুম্বাই। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে প্ৰায় ২৯ গৰাকী প্ৰতিবাদকাৰীক।

মেট্ৰ–ৰেল প্ৰজেক্ট চাইটত এতিয়া ১৪৪ জাৰা বলৱৎ কৰা হৈছে। এনেদৰে বনাঞ্চল খন ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ বাবে জাঙুৰ খাই উঠিছে বলীউড। বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জাকে আদি কৰি বহু সংখ্যক চেলিব্ৰিটীয়ে চৰকাৰৰ এনে কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি